কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকাঙ্ক্ষাākāṅkṣāNoun
প্ৰবল ইচ্ছা; বাসনা
craving; desire; longing
- আকাঙ্ক্ষিতAdjective
যাক আকাঙ্ক্ষা কৰা হৈছে; বাঞ্ছিত
desire
- আকাঙ্ক্ষীAdjective
আকাঙ্ক্ষা থকা
very desirous
- আকাজীākājīAdjective
একাজী; অকাজতাগী; ষ'ব-কাটিৰ লজনা; খূপৰী
unskilled in weaving and spinning
- আকান্দেৰিākānderiAdjective
বুন্দামাৰ; সমূলি নষ্ট; যেনে-কাউৰীয়ে আমবোৰ খাই আকান্দেৰি কৰিলে
totally lost
- আকাবিকাākābikāAdjective
বিকট; বিকৱত; অস্পষ্ট; বুজিব নোবৰা; শুনিবলৈ বেয়া
not easy to understand; unpleasant to the ear
- আকালākālaNoun
দেশ জুৰি হোবা খোবা বস্ত্তৰ অভাব; দুৰ্ভিক্ষ; অনাটন
famine; scarcity
- আকালচৰākālacaraAdjective
অকল-শৰীয়া; একেশ্বৰ
alone; solitary
- আকালীākālīNoun
শিখ সম্প্ৰদায়-বিশেষ।
- আকালৰ ভাতNoun
মহা বিপদত পোবা উপযুক্ত সাহায্য; . যেনে- আকালৰ ভাত, অমাতৰ মাত।
relief obtained in great necessity
- আকাশākāśaNoun
মূৰৰ ওপৰৰ শূন্য; গমন
the sky
- আকাশ পথMaterial Noun
কোনো দেশৰ ওপৰেদি উৰণৰ বাবে নিৰ্দিষ্ট কৰা আকাশী পথ
an air route designated for flight over a country
- আকাশ ভাগি পৰ্, আকাশী সৰগ ভাগি পৰ্
সকলো প্ৰকাৰৰ বিপদৰ হেঁচাত বিবুদ্ধি হ
to be dumb founded under calamities
- আকাশ- জালNoun
বনৰীয়া চৰাই পৰিবলৈ গছৰ ডালত বা ওখ বাঁহৰ খুঁটিত পাতি থোবা জাল
a kind of net suspended from branches of trees, etc., for catching wild birds
- আকাশ- পাতালNoun
সকলো ঠাই, যেনে-আকাশ-পাতাল মাৰি ফুৰিছে
- আকাশ-কুসুমNoun
অসম্ভব কল্পনা।
- আকাশ-তেলীয়াAdjective
বৰকথীয়া; ডাংকোপ মাৰি ফুৰা
boastful; blustering
- আকাশ-পথNoun
আকাশ-মাৰ্গ; শূন্য-পথ; শূন্যৰ মাজেদি অহা-যোবা বাট
a path through the air
- আকাশ-বতাহAbstract Noun
আমাৰ চাৰিওফালৰ বিভিন্ন জীৱিত অথবা নিৰ্জীৱ বস্তু যিবিলাকে আমাৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব পাৰে ৷
The external circumstances, conditions, and objects that affect existence and development.
- আকাশ-বাতিNoun
আকাশত বা ওপৰত লগোবা চাকি; কাতি মাহত দীঘল বাঁহত আঁৰি লগোবা চাকি
a light suspended from long bamboo-poles in the month of Kārtika by the Hindus