আকাশ
ākāśa
অৰ্থ
1.
মূৰৰ ওপৰৰ শূন্য; গমন
the sky
বি.
2.
ক্ষিতি, অপ্ আদি পঞ্চমহাভূতৰ এটা
ether
বি.
3.
স্বৰ্গ
the heaven
বি.
4.
বায়ু-মণ্ডল
the atmosphere
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ākāśa
মূৰৰ ওপৰৰ শূন্য; গমন
the sky
বি.
ক্ষিতি, অপ্ আদি পঞ্চমহাভূতৰ এটা
ether
বি.
স্বৰ্গ
the heaven
বি.
বায়ু-মণ্ডল
the atmosphere
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ