← ফুৰি যাওক

আকাশ-বাতি

অৰ্থ

1.

আকাশত বা ওপৰত লগোবা চাকি; কাতি মাহত দীঘল বাঁহত আঁৰি লগোবা চাকি

a light suspended from long bamboo-poles in the month of Kārtika by the Hindus

বি.

2.

নৈ বা সাগৰত ৰাতি জাহাজ চলাবলৈ বিঘিনি নথকা জলপথ দেখুবাবৰ কাৰণে ওপৰত আঁৰি লগোবা চাকি; বিপদ-বস্তি

a guide- light for steamers

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আকাশ-বাতি · অসমীয়া অভিধান