← ফুৰি যাওক

আকাঙ্ক্ষা

ākāṅkṣā

অৰ্থ

1.

প্ৰবল ইচ্ছা; বাসনা

craving; desire; longing

বি.

2.

আশা; কামনা

aim; expectation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আকাঙ্ক্ষা · অসমীয়া অভিধান