কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছিপchipaNoun
ওপৰলৈ দাঙিবলৈ মৰা টান বা আঁজোৰ; যেনে-"ছিপ মাৰি উঠ্; ছিপে পতি বৰশীত মাছ উঠিছে"
a sudden pull or jerk upwards
- ছিপাchipāIntransitive verb
কওঁতে কথা লুকাবলৈ চেষ্টা কৰ্; কথা ভাড়্
to prevaricate
- ছিপাঝাৰsi.pa.jharProper Noun
দৰং জিলাৰ এখন উল্লেখযোগ্য স্থান৷
An important place in Darrang district of Assam.
- ছিপাদাৰchipādāraNoun
চুবাদাৰ।
- ছিপাহীchipāhīNoun
সৈনিক; ৰক্ষী; প্ৰহৰী
a sepoy; a soldier
- ছিফিলিছsi.phi.lisAbstract Noun
যৌন সংগমৰ জৰিয়তে বিয়পা এবিধ সংক্ৰামক ৰোগ, যি যৌনাংগৰ পৰা গোটেই গালৈকে সোঁচৰিত হয়।
a sexually transmitted disease which spreads from the sex organ to whole body.
- ছিম কাৰ্ডsim kardMaterial Noun
ম’বাইলত ব্যৱহাৰ কৰা ব্যক্তি এজনক চিনাক্ত কৰিব পৰা এখন কাৰ্ড, য’ত গ্ৰাহকৰ প্ৰয়োজনীয় ফোন নম্বৰ, মেম’ৰী আদি অন্তৰ্ভুক্ত হৈ থাকে ৷ ইয়াক এটা ম’বাইলৰ পৰা আন এটা ম’বাইলত সহজে স্থাপন কৰিব পাৰি ৷
An abbreviation for Subscriber Identity Module, used to identify a subscriber on mobile telephony devices and mobile phones. The SIM card allows users to change phones by simply removing the SIM card from one mobile phone and inserting it into another mobile phone or broadband telephony device.
- ছিলঠীয়া নাগৰীAbstract Noun
an endangered script used to write the Sylheti language
- ছিলাইchilāiNoun
সিয়নি।
- ছিলিমেনাইটNoun
ছিলিমেনাইট
ছিলিমেনাইট
- ছিষ্টাৰchiṣṭāraNoun
সেবিকা (হস্পিটাল আৰু খ্ৰীষ্টিয়ান-সকলৰ অনুষ্ঠানৰ)।
sister
- ছিহ্chihIndeclinable
ছিঃ।
- ছিয়াchiẏāNoun
মুছলমান জাতিৰ এটা সম্প্ৰদায়; আলীৰ দলভুক্ত মুছলমান [এওঁলোকে তাজিয়া পৰ্ব পালন কৰে]
a sect of Muhammedans
- ছিয়ান্নবৈchiẏānnabaiNoun
ছয় অধিক চাৰি কুৰি দহ; চাৰি কুৰি ষোল
ninety-six
- ছিয়াশীchiẏāśīNoun
ছয় অধিক চাৰি কুৰি
eighty-six
- ছিৰলাchiralāNoun
পাণ, তুলাপাত আদিৰ ফালি উলিওবা খণ্ড
a piece torn away
- ছিৰলীchiralīAdjective
ফটা; তেতেলী-পতীয়া
torn, rent; fringe-like
- ছিৰলীয়াchiralīẏāAdjective
ফটা; তেতেলী-পতীয়া
torn, rent; fringe-like
- ছিৰস্তাদাৰchirastādāraNoun
কোনো অফিচৰ এক বিভাগৰ ওপৰঞ্চি আমোলা বা কৰ্মচাৰী
the head of a ministerial establishment
- ছিৰাchirāNoun
ঠেক আৰু দীঘলীয়াকৈ ফলা খণ্ড
a stripe; anything aplit into long arrow pieces