ছিপ
chipa
অৰ্থ
1.
ওপৰলৈ দাঙিবলৈ মৰা টান বা আঁজোৰ; যেনে-"ছিপ মাৰি উঠ্; ছিপে পতি বৰশীত মাছ উঠিছে"
a sudden pull or jerk upwards
বি.
2.
খোৰোচা; চোঁচনি গাঁঠি; টান বা আঁজোৰ মাৰিলে চেপা খোবা গাঁঠি
a slip-knot
বি.
3.
বৰশীৰ ডাঁৰি
a fishing rod
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ