← ফুৰি যাওকছিয়াশীchiẏāśīঅৰ্থ1.ছয় অধিক চাৰি কুৰিeighty-sixবি.সমাৰ্থক শব্দছয়াশী · chaẏāśī2.ছয়াশী সংখ্যাৰeighty-sixthবি.সমাৰ্থক শব্দছয়াশী · chaẏāśīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ