← ফুৰি যাওকছিয়ান্নবৈchiẏānnabaiঅৰ্থ1.ছয় অধিক চাৰি কুৰি দহ; চাৰি কুৰি ষোলninety-sixবি.সমাৰ্থক শব্দছবান্নবৈ · chabānnabai2.ছয়ান্নবৈ সংখ্যাৰ; যেনে-"ছয়ান্নবৈ আধ্যা"ninety-sixthবি.সমাৰ্থক শব্দছবান্নবৈ · chabānnabaiউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ