কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সকলোতকৈxo.ko.lot.koiAdjective Adj.
বহুবোৰৰ ভিতৰত; যেনেঃ আটাইতকৈ কম/বেছি
out of many or several
- সকলোতেxo.ko.lo`.teAdverb
চাৰিওফালে বা সকলো ঠাইতে।
state of being distributed all over.
- সকলোপিনেxo.ko.lo.pi.neAdverb
সকলো দিশে।
all sides or all over.
- সকলোফালেxo.ko.lo`.pha.leAdverb
সকলো দিশে।
all sides or all over.
- সকামsakāmaNoun
কামনা কৰি কৰা কাম; কৰ্ম; দৰকাৰ; প্ৰয়োজন
ceremony; business; necessity; need
- সকালsakāla
ৰাতিপুবা; . সকাশ (পু. অ.) বি. ওচৰ; নিকট; য়েনে-"ঈশ্বৰৰ সকাশত" (ক. গী.)
early in the morning
- সকালী-xo.ka.li-Preffix
A prefix indicating that events occur at the same time
- সকালীকৃতxo.ka.li.kri.toVerbal Adj.
made to occur at the same time
- সকালীকৰণxo.ka.li.ko.ronVerbal Noun
The process of activating multiple events at the same time
- সকালেsakāle
ৰাতিপুবা; . সকাশ (পু. অ.) বি. ওচৰ; নিকট; য়েনে-"ঈশ্বৰৰ সকাশত" (ক. গী.)
early in the morning
- সকাহsakāhaNoun
কামৰ মাজত পোবা বিশ্ৰাম; অবকাশ; আজৰি
a spell of rest in the midst of work; leisure
- সকাহ পাxo.kah paVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- সকিয়াই দেxo.ki.yai deVerb-Trans.
আগন্তুক অজান পৰিণতি বা বিপদ সম্পৰ্কে জনাই দে।
Inform of unknown circumstances, danger, etc.
- সকীয়নিxo.ki.yo.niAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে আগতীয়াকৈ দিয়া তথ্য বা পৰামৰ্শ।
information or advice of a possible danger.
- সকীয়াsakīẏāTransitive verb
আগত সাখী ৰাখি কাকো কোনো কথাৰ নিমিত্তে আদেশ কৰ্; দঢ়া; . বি. সকীয়নি।
to order emphatically and in presence of witnesses; to forewarn
- সক্রিয়xo.kri.yoProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- সক্রিয় কৰ্xo.kri.yo korVerb-Trans.
কিহবাক কৰ্মময় কৰি তোল্ বা উজ্জীৱিত কৰ্
make something active or lively
- সক্ষমxo.khyomProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- সক্ষমতাxo.khyo.mo.taAbstract Noun
কোনো কাৰ্য্য কৰিব পৰা শক্তি বা গুণ
power or talent to do some task
- সক্ৰিয়sakriẏaAdjective
কৰ্ম-যুক্ত; কৰ্ম-ৰত
active