← ফুৰি যাওক

সকীয়া

sakīẏā

অৰ্থ

1.

আগত সাখী ৰাখি কাকো কোনো কথাৰ নিমিত্তে আদেশ কৰ্; দঢ়া; . বি. সকীয়নি।

to order emphatically and in presence of witnesses; to forewarn

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সকীয়া · অসমীয়া অভিধান