সকীয়নি
xo.ki.yo.ni
অৰ্থ
1.
সম্ভাৱ্য বিপদ সম্পৰ্কে আগতীয়াকৈ দিয়া তথ্য বা পৰামৰ্শ।
information or advice of a possible danger.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ভৱিষ্যতে ঘটিবলগীয়া ঘটনা, বিশেষকৈ অশুভ ঘটনা সম্পৰ্কে এক পৰোক্ষ জাননী
an indirect indication of a future event, specilly an evil one.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ