সকাহ
sakāha
অৰ্থ
1.
কামৰ মাজত পোবা বিশ্ৰাম; অবকাশ; আজৰি
a spell of rest in the midst of work; leisure
বি.
2.
বৰষুণৰ ছেদ বা ক্ষান্তি
cessation of rain
বি.
3.
নৰিয়াৰ হ্ৰাস; উপশম
abatement of a disease
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ