কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মণ্ডলাকাৰAdjective
গোলাকাৰ; ঘূৰণীয়া
spherical; round; circular
- মণ্ডলাকৃতিmon.do.la.kri.tiProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- মণ্ডলিmaṇḍaliNoun
ঘূৰি ঘূৰি কৰা গতি; যেনে-"ৰাবণৰ উপৰে মণ্ডলি কৰে কাক" (মা. ক., লঙ্কাকাণ্ড)
circular motion
- মণ্ডলীmaṇḍalīNoun
কোনো ঠাইত সভা-সমিতিৰ কাৰণে গোট খোবা মানুহ
an assembly; a congregation of people
- মণ্ডাmaṇḍāNoun
চেনি আদিৰে তৈয়াৰ কৰা এবিধ মিঠাই
a kind of sweet-meat
- মণ্ডিতmaṇḍitaAdjective
অলঙ্কৱত; ধুন লগোবা; ভূষিত
adorned; decorated
- মণ্ডিত কৰ্Verb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- মণ্ডুকmon.dukCommon Noun
নেজহীন, জলজ, অৰ্ধজলজ বা স্থলজ এবিধ উভচৰ প্ৰাণী, যি অনুৰা বৰ্গ আৰু বিশেষকৈ ৰেনিদি পৰিয়ালৰ অন্তৰ্গত। ইহঁতৰ চালখন খহটা আৰু ভিজা, ঠেঙৰ পতা বহল আৰু পাছঠেংকেইটা জপিয়াব পৰাকৈ দীঘল আকাৰৰ।
Any of numerous tailless, aquatic, semiaquatic, or terrestrial amphibians of the order Anura and especially of the family Ranidae, characteristically having a smooth moist skin, webbed feet, and long hind legs adapted for leaping.
- মণ্ডূকmaṇḍūkaNoun
ভেকোলা; বেং
a frog
- মণ্ড্maṇḍTransitive verb
ভূষিত কৰ্; ৰঞ্জিত কৰ্; যেনে-"বিপ্ৰক মণ্ডিলা হেমময় অলঙ্কাৰে" (দশম)
to adorn; to delight
- মতmataNoun
ইচ্ছা; মনৰ ভাব; অভিপ্ৰায়; মন্তব্য
intention; desire; purpose; opinion
- মত দান কৰ্mot dan korVerb-Intran.
কোনোবাৰ/কিহবাৰ সম্পৰ্কে মতামত দিয়া বা সমৰ্থন কৰা
provide or express opinion or support for sb/sth
- মত দেmot deVerb-Intran.
কোনোবাৰ/কিহবাৰ সম্পৰ্কে মতামত দিয়া বা সমৰ্থন কৰা
provide or express opinion or support for sb/sth
- মত পোষণ কৰ্mot.po`.xon korVerb-Trans.
কোনো বিষয়ৰ সম্পৰ্কে মত ব্যক্ত কৰ্
To give one's judgement on something
- মত পৰিৱৰ্তনmot po.ri.wor.tonVerbal Noun
আগতে কোৱা কথা, লোৱা পৰিকল্পনা দিয়া মত আদিৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি লোৱা৷
a complete change of opinion, plan etc.
- মত ্মতাmata
্matā/hw> অক. ধা. গৰ্ব কৰি কথা ক।
- মতগজmatagajaAdjective
ডাঙৰ-দীঘল; শকত; ভবা; বলী
strong and stout (said of man)
- মতগৰ্বmatagarbaNoun
অহঙ্কাৰ; দৰ্প; মইমতালি
pride; self-conceit
- মতগৰ্ব্বmatagarbbaNoun
অহঙ্কাৰ; দৰ্প; মইমতালি
pride; self-conceit
- মতণ্ডাmataṇḍāNoun
লোকৰ অপকাৰ কৰিবলৈ গোপনে কৰা আলচ; কুপৰামৰ্শ
a secret counsel