← ফুৰি যাওকমতগৰ্ব্বmatagarbbaঅৰ্থ1.অহঙ্কাৰ; দৰ্প; মইমতালিpride; self-conceitবি.সমাৰ্থক শব্দমতগৰ্ব · matagarbaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ