← ফুৰি যাওক

মণ্ডলী

maṇḍalī

অৰ্থ

1.

কোনো ঠাইত সভা-সমিতিৰ কাৰণে গোট খোবা মানুহ

an assembly; a congregation of people

বি.

2.

মণ্ডল; কোনো এক বিশেষ ধৰ্ম্মৰ লোকসমূহ; ধৰ্ম্মসমাজ

an association of believers in a particular religion or sect

বি.

3.

মণ্ডল-সম্বন্ধীয়

relating to a Mandal

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ