← ফুৰি যাওক

মত

mata

অৰ্থ

1.

ইচ্ছা; মনৰ ভাব; অভিপ্ৰায়; মন্তব্য

intention; desire; purpose; opinion

বি.

2.

ব্যবস্হা; বিধান

a rule of edict

বি.

3.

কোনো ধৰ্ম্মৰ মূল সূত্ৰ বা পথ; যেনে -"মহাপুৰুষীয়া মত"

a doctrine

বি.

4.

সম্মতি

consent

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মত · অসমীয়া অভিধান