কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আউৰāura
অব্য, আৰু।
- আউৰণিāuraṇiNoun
আৰাও; গোজৰণি; চিঞৰ
roar; loud noise; scream
- আউৰাāurāTransitive verb
জোকাৰ্; এছাৰ্
to shake violently
- আউৰে আউৰেāure, āure
অপৰে অপৰক; আনে আনক; ইটোবে সিটোক
each other; one another
- আএতিProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- আওāoIndeclinable
আশ্চৰ্য্য প্ৰকাশ কৰা মাত
an exclamation of surprise
- আও-কচুāo-kacuNoun
এবিধ বনৰীয়া কচু; . বিণ. দুষ্ট
a species of wild arum ; wicked
- আও-কাঠীāo-kāṭhīAdjective
সাৰ নধৰা; নৰম (গছ)
having soft or inferior wood
- আও-বড়āo-baṛaNoun
আয়ু-বড়; আহোম ৰজাসকলে নিজ প্ৰথা অনুসৰি সিংহাসনত উঠি; দীৰ্ঘজীবী হ'বৰ কামনাৰে ৰোবা বড় গছ
a banyan tree used to be planted to ensure the longevity of an Āhom king
- আও-ভাওāo-bhāoNoun
কাম কৰিবৰ দিহা বা নিয়ম
method
- আওঁপকীয়াকৈao`.po.kiya.koiAdverb
কোনো কথাত পৰোক্ষভাৱে মন্তব্য দিয়া বা কাৰোবাক বেঁকাকৈ চোৱা
To give some comments indirectly, to look at somebody indirectly. To have an indirect reference or inclination.
- আওকঠীয়াāokaṭhīẏāNoun
বেয়া সঁচ বা জাত
low origin
- আওকণীয়াāokaṇīẏāNoun
আন ফাললৈ কাণ দিয়া; নুশুনা; আওহেলা কৰা
not attentive; turning the ear away
- আওকণীয়াভাৱেao`.ko.ni.ya.bha.beAdverb
যথোপযুক্ত মনোযোগ নিদিয়াকৈ
without paying due attention
- আওকথাāokathāNoun
বেয়া বা অসঙ্গত কথা; অযুগুত কথা
unreasonable or inconsistant statement
- আওকথীয়াAdjective
আওকথা কোবা; অসঙ্গত বা অয়ুগুত কথা কোবা
unreasonable or inconsistent in speech
- আওকনীয়াāokanīẏāAdjective
যি কানে ল'ব বা হ'ব লাগে সেই কানে নোহোবাl
put on the wrong shoulder
- আওকাঠāokāṭhaNoun
কোমল বা সাৰ নথকা কাঠ; নৰম বিধৰ কাঠ
wood of inferior quality
- আওকাঠীao``.ka.thiProper Adj.
সাৰ নধৰা বা নথকা নৰম গছ ৷
Having soft or inferior wood.
- আওকাণāokāṇaNoun
শুনিবৰ ইচ্ছা নকৰি কাণ আন ফালে নিয়া; কাণ নকৰা; অমনোযোগ; আওহেলা
the act of turning a deaf ear; inattentiveness