← ফুৰি যাওক

আওকাণ

āokāṇa

অৰ্থ

1.

শুনিবৰ ইচ্ছা নকৰি কাণ আন ফালে নিয়া; কাণ নকৰা; অমনোযোগ; আওহেলা

the act of turning a deaf ear; inattentiveness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আওকাণ · অসমীয়া অভিধান