← ফুৰি যাওকআউৰ
āura
অৰ্থ
2.আৰ (পু. অ.), আৰো (পু. অ.) [সং. অপৰ; প্ৰা. অবৰ] অপৰ
and
সমাৰ্থক শব্দ
3.ইয়াতকৈ অধিক; আন
other; further
সমাৰ্থক শব্দ
4.আকৌ; পুনৰ; ভবিষ্যতে
more; again; in future
সমাৰ্থক শব্দ
5.আগৰ নিচিনা
as before
সমাৰ্থক শব্দ
6.পৰস্পৰ
one another
সৰ্ব্ব.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ