← ফুৰি যাওক

আও

āo

অৰ্থ

1.

আশ্চৰ্য্য প্ৰকাশ কৰা মাত

an exclamation of surprise

অব্য.

2.

-উপস. মন্দ; নীচ।

3.

ওভোতা; বিপৰীত।

4.

অশুভ।

5.

ঈষত্।

6.

এফলীয়া।

7.

বৰ।

8.

অস্বাভাবিক।

9.

অত্যন্ত (বেয়া অৰ্থত)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আও · অসমীয়া অভিধান