কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধান্ধাdhāndhāNoun
ভাবনা; চিন্তা
anxiety
- ধান্যdhānyaNoun
ধান।
- ধাপত-ধাপেdha.pot-dha.peAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- ধাপাকাইনা চৰAbstract Noun
a phrase which means a sudden hit on the face with the flat part of the hand
- ধাপুdhāpuNoun
এবিধ তাচৰ খেল।
- ধাবনপথMaterial Noun
বিমান উঠা নমা কৰিবলৈ বিমান বন্দৰত থকা চিধা, দীঘল, নিমজ কক্রিটৰ পথ।
the long, straight concreet path used by an aircraft to land and take off in an airport .
- ধাবমানdhābamānaAdjective
যি লৰি গৈ আছে।
- ধাবাdhābāNoun
যুদ্ধ; ৰণ
war
- ধাবাৰ উপৰি ধাবাdhābāra, upari, dhābāNoun
খেদাৰ উপৰি খেদা; কাৰো লগ ধৰিবলৈ ক্ৰমান্বয়ে পঠিওবা কেইবাটাও মানুহ।
- ধাবিতdhābitaAdjective
যি লৰিছে।
- ধামdhāmaNoun
পবিত্ৰ ঠাই
a holy place
- ধামখুমdhāmakhumaNoun
হাতীৰ কপালৰ টেমুনা বা উঠঙা ভাগ; খুম
a protuberance on the forehead of an elephant
- ধামখুমীয়াdhāmakhumīẏāNoun
নৈৰ তলি ঠাইতে ওখ, ঠাইতে চাপৰ হোবাৰ গতিকে সোঁতৰ কোৰ প্ৰবল হোবা ঠাই; চৰখৰীয়া
rapids of a river
- ধামনিকdha.mo.nikMaterial Noun
মুখেৰে বতাহ উলিয়াই বজোৱা এবিধ বাদ্যযন্ত্ৰ
Any of the various musical wind instruments especially one made from buffalo horns
- ধামনীdhāmanīNoun
ধাদুমী।
- ধামাধৰাdha.ma.dho.raCommon Noun
তোষামোদ কৰোঁতা
a person who uses flattery
- ধামাৰdhāmāraNoun
সঙ্গীতৰ তাল-বিশেষ।
- ধামুহ দিdhāmuha, di
অত্যাচাৰ কৰ্; বলেৰে লোকৰ বস্ত্ত আন্ বা খা
to oppress; to possess by force
- ধামুহ দেdha.muh deVerb-Trans.
নিৰ্দয় বা অন্যায় ভাৱে কোনো বিষয় জাপি দিয়া বা বাধা প্ৰদান কৰা
to burden with cruel or unjust impositions or restraints
- ধাৎ ধাৎdhāt, dhātAdverb
ধাঁচ্ ধাঁচ্। বি. মাটিত বস্ত্ত পৰাৰ শব্দ- বিশেষ; যেনে-"উঠন্ত বৈসন্ত যে পৰন্ত ধাত ধাত" (শ., উত্তৰাকাণ্ড)।