ধাম
dhāma
অৰ্থ
1.
পবিত্ৰ ঠাই
a holy place
বি.
2.
থকা ঠাই
a residence
বি.
3.
চাঙৰ ধৰণী বা তলৰ ডাঙৰ গঁৰ
a big cross beam supporting a platform
বি.
4.
পহু মৰা জালৰ ডাঙৰ জৰী, যি জালখন টানি ধৰি থাকে; দন
the long stout rope by which a net is stretched out
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ