← ফুৰি যাওক

ধামখুমীয়া

dhāmakhumīẏā

অৰ্থ

1.

নৈৰ তলি ঠাইতে ওখ, ঠাইতে চাপৰ হোবাৰ গতিকে সোঁতৰ কোৰ প্ৰবল হোবা ঠাই; চৰখৰীয়া

rapids of a river

বি.

2.

তলি-অসমান; যেনে-"ধামখুমীয়া গাঁত।"

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধামখুমীয়া · অসমীয়া অভিধান