← ফুৰি যাওক

ধাৎ ধাৎ

dhāt, dhāt

অৰ্থ

1.

ধাঁচ্ ধাঁচ্। বি. মাটিত বস্ত্ত পৰাৰ শব্দ- বিশেষ; যেনে-"উঠন্ত বৈসন্ত যে পৰন্ত ধাত ধাত" (শ., উত্তৰাকাণ্ড)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধাৎ ধাৎ · অসমীয়া অভিধান