কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছাত্ৰবৃত্তিsar.ro.brit.tiAbstract Noun
কোনো বিদ্বান লোকলৈ আগবঢ়োৱা আৰ্থিক সাহায্য
Financial assistance awarded to a scholar
- ছাত্ৰলিchātraliNoun
ছাত্ৰৰ স্বভাব।
- ছাত্ৰশালাchātraśālāNoun
ছাতৰ-শালি।
- ছাত্ৰশালিsat.ro.xa.liMaterial Noun
কোনো শিক্ষানুষ্ঠানত <u>ছাত্ৰ</u> সমূহীয়াকৈ থকা ঘৰ
a building with simple accommodation, especially for <u>male student</u> in education institution.
- ছাত্ৰাবাসNoun
ছাত্ৰ থকা ঘৰ বা টোল
boarding house for students
- ছাত্ৰাৱস্থাsa.tra.wos.thaAbstract Noun
কোনো (শিক্ষা)অনুস্ঠানত অধ্যয়নৰত সময়
the period while someone is a student of a institute
- ছাত্ৰাৱাসsa.tra.baxMaterial Noun
কোনো শিক্ষানুষ্ঠানত <u>ছাত্ৰ</u> সমূহীয়াকৈ থকা ঘৰ
a building with simple accommodation, especially for <u>male student</u> in education institution.
- ছাত্ৰীনিৱাসsa.tri.ni.baxMaterial Noun
কোনো শিক্ষানুষ্ঠানত <u>ছাত্ৰী</u> সমূহীয়াকৈ থকা ঘৰ
a building with simple accommodation, especially for <u>female students</u> in education institution.
- ছাতৰchātaraNoun
ছাত্ৰ।
- ছাতৰ-শালিNoun
পঢ়াশালি
a school; a place of learning
- ছাতৰীয়াAdjective
ছাত্ৰ কালৰ; ছাত্ৰ-সম্বন্ধীয়
relating to the students
- ছাদাchādāAdjective
উকা; ফুল নবছা
plain; unadorned
- ছাদাংchādām
উদঙীয়া; ৰাখোঁতা বা সাবধান লওঁতা নোহোবা
let loose (without an attendant or a keeper) at large
- ছাদাঙিchādāṅi
উদঙীয়া; ৰাখোঁতা বা সাবধান লওঁতা নোহোবা
let loose (without an attendant or a keeper) at large
- ছাদানিchādāni
উদঙীয়া; ৰাখোঁতা বা সাবধান লওঁতা নোহোবা
let loose (without an attendant or a keeper) at large
- ছাদ্chādIntransitive verb
ছন্দিয়া; পিয়াহ বা গাখীৰ বঁতিয়াই উলিয়া
to throw up milk as an infant
- ছাধchādhaNoun
কামনা; চখ।
- ছানাchānāNoun
জন্ত্তৰ পোবালি
the young one of a bird or an animal
- ছানা-পোণাsa.na-po`.naCommon Noun
ল’ৰা বা ছোৱালী
people between birth and full growth
- ছানাইchānāiNoun
কালিৰ নিচিনা মুখেৰে ফুঁ দি বজোবা এবিধ বাদ্য-যন্ত্ৰ
a kind of flute