← ফুৰি যাওক

ছাদানি

chādāni

অৰ্থ

1.

উদঙীয়া; ৰাখোঁতা বা সাবধান লওঁতা নোহোবা

let loose (without an attendant or a keeper) at large

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছাদানি · অসমীয়া অভিধান