← ফুৰি যাওক

ছানাই

chānāi

অৰ্থ

1.

কালিৰ নিচিনা মুখেৰে ফুঁ দি বজোবা এবিধ বাদ্য-যন্ত্ৰ

a kind of flute

বি.

সমাৰ্থক শব্দ

2.

ফালিয়া; এবিধ পেঁপাৰ দৰে বজোবা যন্ত্ৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছানাই · অসমীয়া অভিধান