← ফুৰি যাওক

ছানা

chānā

অৰ্থ

1.

জন্ত্তৰ পোবালি

the young one of a bird or an animal

বি.

2.

ছেনা।

বি.

3.

গাখীৰ মথি চালি উলিওবা খাদ্য-বিশেষ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছানা · অসমীয়া অভিধান