কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চক্ৰান্ত কৰ্so.kran.to korVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- চক্ৰান্তকাৰীso.kran.to.ka.riCommon Noun
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰা ব্যক্তি।
someone who plans with someone else secretly to do something bad or illegal.
- চক্ৰান্তমূলকsokranto.mulakProper Adj.
কোনো অসৎ বা অন্যায় গোপন পৰিকল্পনাৰ সৈতে জড়িত
related to secretly planning something illegal or bad
- চক্ৰায়ুধsok.ra.yudhProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- চক্ৰিকাsok.rikaAbstract Noun
একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।
A group of things placed or thrown, one on top of the other.
- চক্ৰিবাণCommon Noun
এবিধ দীঘল কাণ থকা, লেহেম, ধৈৰ্য্যশীল, সহজে পিচল নোখোৱা, ঘৰচীয়া স্তন্যপায়ী জন্তু।
a long-eared, slow, patient, sure-footed domesticated mammal.
- চক্ৰীcakrīNoun
চক্ৰধাৰী বিষ্ণু
a name of Viṣṇu
- চক্ৰেটিচso.kre.tisProper Noun
পৌৰাণিক গ্ৰীচৰ বিশিষ্ট চিন্তাবিদ৷ তেওঁৰ উল্লেখযোগ্য শিষ্য প্লেটো৷
Socrates was a classical Greek philosopher credited as one of the founders of Western philosophy. He is an enigmatic figure known chiefly through the accounts of classical writers, especially the writings
- চক্ৰেশ্বৰProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- চক্ৰৱালsok.ro.walAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- চক্ৰৱৰ্তীsok.ro.bor.tiCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- চক্ৰৱৰ্ত্তী ৰজাso.kro.bor.ti ro.jaCommon Noun
ৰজাৰ ওপৰত ৰজা।
a superior king with a large kingdom; the king of many kings.
- চকৰcakaraNoun
ঘূৰণীয়া ঠাই বা বাট
a circular space or road
- চকৰ-ধৰাNoun
আহোম ৰজাৰ দিনৰ ৰজাৰ আগত চকৰ ধৰা এখেল মানুহৰ নাম।
- চকৰাcakarāNoun
মতা পখিলা (মুগা পাট, পলু আদিৰ)
a male silk moth
- চকৰিcakariNoun
কোনো বস্ত্ত ঘূৰাবলৈ লগোবা সৰু চকা; নিজে ঘূৰি আনক চলোবা চেপেটা ঘূৰণীয়া যতন
a wheel or disc
- চকৰি-পুঠীcakari-puṭhīNoun
গাত মাজে মাজে ৰঙা ফোট থকা আৰু দেখিবলৈ ধুনীয়া এজাতি পুঠী মাছ
a kind of fish; Barbus conchonins
- চকৰি-ফেঁটীcakari-phem̐ṭīNoun
ফেঁটত চকৰ থকা এবিধ ফেঁটী সাপ
cobra de capello
- চখcakhaNoun
আমোদ
pleasure
- চগাcagāNoun
ৰাতি জুই আদিৰে পোহৰ পালে তাত পৰিবলৈ উবি অহা এবিধ সৰু সেউজীয়া বৰণৰ পোক
the green fly