চক্ৰী
cakrī
অৰ্থ
1.
চক্ৰধাৰী বিষ্ণু
a name of Viṣṇu
বি.
2.
চতুৰ বা কুট মানুহ
a clever or designing man
বি.
3.
মণ্ডল বা চক্ৰযুক্ত
having a circle or discuss
বিণ.
4.
কূট-কৌশল-প্ৰিয়; দুষ্ট
designing; intriguing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ