← ফুৰি যাওক

চকৰ

cakara

অৰ্থ

1.

ঘূৰণীয়া ঠাই বা বাট

a circular space or road

বি.

2.

গাত থকা ঘূৰণীয়া সাঁচ বা চিন

a round ark or spot

বি.

3.

ৰজাৰ আগত নিয়া এবিধ দীঘল নালগাবা কাপোৰৰ ঘূৰণীয়া আৰোবান

a circular screen on a long handle carried before the Ahom Rajas as a sign of royalty

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ