← ফুৰি যাওক

চকৰি

cakari

অৰ্থ

1.

কোনো বস্ত্ত ঘূৰাবলৈ লগোবা সৰু চকা; নিজে ঘূৰি আনক চলোবা চেপেটা ঘূৰণীয়া যতন

a wheel or disc

বি.

2.

গাত থকা সৰু ঘূৰণীয়া সাঁচ; চকৰ

a round spot on the body

বি.

3.

সৰু চকা

a small wheel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ