কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাইghāiNoun
এবাঁ গাখীৰ দৈ হ'বলৈ খোবা এবিধ মাটিৰ পাত্ৰ
an earthen pot used for converting milk into curd
- ঘাই খা, ঘাই খোঁট্
ওৰ যা (চৰাই)
to copulate
- ঘাই দি
যুঁজিবলৈ ফেৰ ধৰ্
to show fight
- ঘাই পাৎ
হাৰিত ফান্দ পাতি ঘাইৰে বনৰীয়া চৰাই ধৰ্
to attract wild birds to a snare through a decoy bird
- ঘাই-পতীয়াghāi-patīẏāNoun
ঘাই পাতি বনৰীয়া চৰাই ধৰা মানুহ
a man who decoys and catches birds
- ঘাই-মূৰীয়াghāi-mūrīẏāNoun
প্ৰধান বা মুখিয়াল মানুহ
a leader; a headman
- ঘাইআলিghai.aliMaterial Noun
প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
a main road, esp. one between towns or cities.
- ঘাইকৈghāikaiAdverb
আনতকৈ চাৰকৈ; প্ৰধানৰূপে; বিশেষকৈ
chiefly; mainly; specially
- ঘাইখুঁটাghai.khu~.taMaterial Noun
ঘৰ এটা বন্ধাৰ সময়ত আৰম্ভণিতে পোতা ঘাই খুঁটা।
the principal post of a house set at the beginning of construction.
- ঘাইপথghai.pothMaterial Noun
প্ৰধান ৰাস্তা, বিশেষকৈ নগৰ বা মহানগৰৰ মাজত।
a main road, esp. one between towns or cities.
- ঘাইমূৰীয়াghai.mu.ri.yaCommon Noun
এটা পৰিয়াল বা বংশৰ প্ৰধান ব্যক্তি।
The main person of a family or clan.
- ঘাইলghāilaNoun
ঘা লগা; ক্ষত; অস্ত্ৰৰ আঘাতৰ দ্বাৰা ছাল-মঙহ আদি ছিগা
wounded
- ঘাইল কৰ্ghail korVerb-Trans.
শাৰীৰিক বা মানসিক ভাৱে ক্ষতি কৰ্
to damage by cutting or applying strong force
- ঘাইসুঁতিAbstract Noun
Ultimately prevailing trend in opinion, fashion, etc.
- ঘাউৰাghāurāNoun
অমঙ্গল; বিঘিনি; আসোঁবাহ; বিপাক
ill-luck; misfortune; trouble
- ঘাওProper Adj.
মানসিক ভাৱে ক্ষীপ্ৰ আৰু কৌশলী৷
Possessing quickness of intellect, skill, dexterity
- ঘাগাৰghāgāraNoun
খেঁকাৰ।
- ঘাগিghāgiNoun
যি বস্ত্তৰ আশ্ৰয় লৈ আন বস্ত্ত বাঢ়ে বা গোট খায়; যেনে -"শুকান খৰিৰ ঘাগি পাই জুই বেগাই লাগিল"
a nucleus
- ঘাগীghāgīNoun
ঘাই বা প্ৰধান লোক, বহুদৰ্শী মানুহ; বহুত দেখি-শুনি আৰু ভুগি জ্ঞানী হোবা মানুহ; যেনে-"বৱদ্ধ গোবালৰ ঘাগী" (দশম)
a veteran; an experienced man
- ঘাগুgha.guProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently