ঘাগী
ghāgī
অৰ্থ
1.
ঘাই বা প্ৰধান লোক, বহুদৰ্শী মানুহ; বহুত দেখি-শুনি আৰু ভুগি জ্ঞানী হোবা মানুহ; যেনে-"বৱদ্ধ গোবালৰ ঘাগী" (দশম)
a veteran; an experienced man
বি.
2.
বেয়া কাম কৰি কৰি নিলাজ বা ভয়হীন হোবা লোক; অনেক ঠাইত ঠেকা খোবা লোক
an inveterate
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ