← ফুৰি যাওক

ঘাই

ghāi

অৰ্থ

1.

এবাঁ গাখীৰ দৈ হ'বলৈ খোবা এবিধ মাটিৰ পাত্ৰ

an earthen pot used for converting milk into curd

বি.

2.

প্ৰধান বা মুখা লোক; দলপতি; মূল; আদি; . বিণ. প্ৰধান; আনতকৈ শকত-ডাঙৰ। আচল

a chief; a leader; root; an original ; principal; original

বি.

3.

যৌবন অবস্হা পোবা আৰু ষুঁজিব পৰা ডেকা চৰাই, বিশেষকৈ বনৰীয়া চৰাইৰ পোবালি পুহি তাক বনৰীয়া মাত শিকাই হাবিত আন চৰাই ধৰিবলৈ ডাঙৰকৈ লোবা মতা চৰাই

a full-grown male bird; a decy bird

বি.

4.

পাচি-খৰাহি আদিৰ মাজৰ শকত ডাঙৰ কাঠী, য'ৰপৰা বোবা বা সজা কাম আৰম্ভ কৰে

the main and central stripe or twig of a basket, etc., from where latticing or interweaving in commenced

বি.

5.

কোনো খেলত পাতি লোবা নিৰ্দ্দিষ্ট খুঁটি, বস্ত্ত বা ঠাই, যাক লৰি গৈ আনতকৈ আগেয়ে ছুৰ পাৰিলে খেলত জিকা হয়

a winning post; a goal

বি.

6.

ফুলৰ চানেকি

a model; a pattern

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাই · অসমীয়া অভিধান