← ফুৰি যাওক

ঘাগি

ghāgi

অৰ্থ

1.

যি বস্ত্তৰ আশ্ৰয় লৈ আন বস্ত্ত বাঢ়ে বা গোট খায়; যেনে -"শুকান খৰিৰ ঘাগি পাই জুই বেগাই লাগিল"

a nucleus

বি.

2.

আশ্ৰয়; গইনা

a refuge

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাগি · অসমীয়া অভিধান