কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লগুণ গাঁঠিlo.gun ga~.thiMaterial Noun
হিন্দু প্ৰথা অনুসৰি বিবাহ কাৰ্য চলি থাকোঁতে দৰা আৰু কইনাৰ কাপোৰ সংযোগ কৰি দিয়া গাঁঠি।
The knot connecting clothes of the bride and the groom created during marriage ceremony being performed according to Hindu tradition.
- লগুণ(লগন)-গাঁঠিNoun
বিয়াত দৰা- কন্যাক লগ লগোবাৰ চিন-স্বৰূপে দুইৰো গাত লোবা কাপোৰৰ দুটা আগ বা এখন চেলেং কাপোৰ দুইৰো গাত মেৰাই তাৰ আগ দুটা গোটাই দিয়া গাঁঠি
the nuptial knot
- লগুণ-দিয়নি
বিধিমতে ল'ৰাক প্ৰথমে লগুণ পিন্ধোবা কাৰ্য্য
the ceremony of investing a boy with sacred thread
- লগুবাlagubāNoun
কোনো ভাল মানুহৰ আলপৈচান ধৰা ভৱত্য; চাকৰ
a personal attendant of a gentleman; menial servant
- লগুবালিNoun
লগুবাৰ কাম বা বৱত্তি
the duty or profession of a personal servant
- লগুৱাlo.gu.waCommon Noun
ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
one who serves others for monetary compensation.
- লগুৱা-লিক্চৌlo.gu.wa-lik.souCommon Noun
ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
one who serves others for monetary compensation.
- লগে লগেlo.ge lo.geAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- লগে-ভাগেlage-bhāgeAdverb
একে লগে; একে সঙ্গে
in company with; along with
- লগে-সঙ্গেlo.ge-xong.geAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- লগ্নlagnaAdjective
লাগি থকা; সংযুক্ত
joined
- লগড়Proper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- লগৰীlo.go.riCommon Noun
বন্ধু, লগৰীয়া আদি
a friend,colleague or a companion
- লগৰীয়াlagarīẏāNoun
সঙ্গী; লগত থকা বা ফুৰা মানুহ
a companion
- লঘন, লঘন লাগ্, লঘনীয়াlaghana, laghana, lāg, laghanīẏā
"লঘোন" চোবাঁ।
- লঘিমাlaghimāNoun
নিজৰ ইচ্ছামতে শৰীৰক পাতল কৰিব পৰা যোগীৰ শক্তি।
- লঘিষ্ঠlaghiṣṭhaAdjective
একেবাৰে সৰু।
- লঘিষ্ঠ জোখlo.ghis.tho jo`khAbstract Noun
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জুখিব পৰা আটাইতকৈ সৰু মানটো৷
The smallest value that can be measured by the measuring instrument is called its least count. Measured values are good only up to this value.
- লঘুlaghuNoun
অগধুৰ; পাতল
light
- লঘু কৰ্laghu, kar
লাজ বা অপমান দি
to put to shame; to insult