লঘু
laghu
অৰ্থ
1.
অগধুৰ; পাতল
light
বি.
2.
কম হোবা; শাম কটা
abated
বি.
3.
সামান্য; ইতৰ
low
বি.
4.
চিটুকৈ উচ্চাৰণ কৰা (স্বৰবৰ্ণ)
short, as a vowel
বি.
5.
অলপীয়া, কম
light
বি.
6.
সময়ৰ লেখ, 25টা ক্ষণ 75টা নিমেষ; যেনে-"তিনি নিমেষ হবয় যোগঃ ক্ষণ বুলি তাক কহয় লোকঃ পঞ্চ ক্ষণ মিলি কৰিলোঁ নিষ্ঠাঃ তাহাৰ নাম জানিবা কাষ্ঠাঃ পঞ্চ কাষ্ঠায়ে জানিবা সাৰঃ স্বৰূপ জানা লঘু নাম তাৰ" (মিশ্ৰ-গীতা)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ