লগুৱা
lo.gu.wa
অৰ্থ
1.
ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
one who serves others for monetary compensation.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
সত্ৰৰ অধিকাৰ বা গোসাঁই ভকতৰ পৰিচৰ্য্যা কৰিবৰ কাৰণে ৰখা ব্যক্তি ৷
a person who attends to perform a service of a religious instructor.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ