← ফুৰি যাওক

লগৰীয়া

lagarīẏā

অৰ্থ

1.

সঙ্গী; লগত থকা বা ফুৰা মানুহ

a companion

বি.

2.

লগত থকা বা ফুৰা; সঙ্গত থকা বা ফুৰা

associating closely with one another

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ