কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠাহṭhāhaNoun
খোঁচনি-বিন্ধনি ধৰা ৰোগ; গজগজনি; শাল মাৰি ধৰা বেদনা
a pinching pain
- ঠাহ খাthah khaVerb-Trans.
অলপ ঠাইতে অধিক মানুহ বা বস্তু গোট খা
to be pressed together, as in a narrow place.
- ঠাহ খা, ঠাহ মাৰ্
অলপ ঠাইতে অধিক মানুহ বা বস্ত্ত গোট খা; হেঁচা-হেঁচিকৈ সোমা; ঠাট মাৰ্
to be overcrowded; to be pressed together, as in a narrow place
- ঠাহাৰ-ঠুহৰṭhāhāra-ṭhuharaNoun
কৰোঁ নকৰোঁ বা যান নেযান কৰা অবস্হা; গেৰো- গেথো; অনিচ্ছা
reluctance; want of heart
- ঠাহি ঠাহিtha.hi tha.hiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- ঠাহ্ṭhāh
সক. ধা হেঁচি হেঁচি সুমা; খুন্দি ভৰা
to stuff; to ram down
- ঠাৰṭhāraNoun
ইঙ্গিত; চিঁয়াৰ; স্পষ্ট কথাৰে নকৈ হাত, চকু আদিৰ ভঙ্গিৰে বা প
- ঠাৰ-চিঁয়াৰ
অঙ্গ-ভঙ্গি বা মুদ্ৰাৰে ভাব বুজুওবা কাৰ্য্য
the act of suggestion made by gesture
- ঠাৰ-চিয়াঁৰthar-si.ya~rAbstract Noun
কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
A knowledge or understanding of something hidden.
- ঠাৰলাṭhāralāAdjective
ঠাল-ঠেঙুলি নথকা; পোলোঙা
straight and branchless
- ঠাৰিṭhāriNoun
কোনো বস্ত্তৰ পাত, গুটি বা ফুল আদিৰ যি অংশ ঘাই গছ বা গাত লাগি থাকে
a stem
- ঠাৰুMaterial Noun
শূন্য ডিগ্ৰী চেলচিয়াচ উষ্ণতাতকৈ কম উষ্ণতাত, কঠিন অৱস্থাত থকা পানী ৷
Water frozen in the solid state below 0<sup>o</sup>C temperature.
- ঠাৰে ঠাৰেṭhāre, ṭhāreAdverb
ইঙ্গিতেৰে; চিয়াঁৰে চিয়াঁৰে
by hints
- ঠাৰে-চিয়াঁৰেtha.re-si.ya~.reAdverb
কোনো চিনেৰে বুজা বা প্ৰকাশ কৰা ৷
To allude to by a hint.
- ঠাৰে-ঠোৰেṭhāre-ṭhoreAdverb
গুপ্ত অবস্হাত; যেনে-"কথাটো ঠাৰে ঠাৰে আছে"
in suppressed or unexplained condition
- ঠাৱৰtha.worProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- ঠাৱৰ কৰ্tha.wor korVerb-Trans.
কোনো অংক বা সাঁথৰ আদিৰ উত্তৰ বিচাৰি উলিয়া; কোনো কথা সঁচা বুলি প্ৰমাণ কৰ৷
to confirm that sth to be a fact or correct; to obtain the result of sth.
- ঠাৱৰকৈtha.wor.koiAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.
- ঠাৱৰাtha.wo.raVerb-Trans.
কোনো অংক বা সাঁথৰ আদিৰ উত্তৰ বিচাৰি উলিয়া; কোনো কথা সঁচা বুলি প্ৰমাণ কৰ৷
to confirm that sth to be a fact or correct; to obtain the result of sth.
- ঠিকṭhikaAdjective
নিশ্চয়
certain