ঠাৰি
ṭhāri
অৰ্থ
1.
কোনো বস্ত্তৰ পাত, গুটি বা ফুল আদিৰ যি অংশ ঘাই গছ বা গাত লাগি থাকে
a stem
বি.
2.
হাতৰ ঠাৰি বা ঠৰুবা
the fore-arm
বি.
3.
নিশ্চয়ৰূপে; যেনে-"আমাৰ বোলে চিত্ত নেদা ঠাৰি। একাদশ স্কন্ধ চোবা বিচাৰি" (কীৰ্ত্তন)।
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ