← ফুৰি যাওক

ঠিক

ṭhika

অৰ্থ

1.

নিশ্চয়

certain

বিণ.

2.

তদ্ৰুপ; হুবহু; সঁচা; স্বৰূপ; সত্য

exact; true

বিণ.

3.

উপযুক্ত

proper

বিণ.

4.

ঠিকনা; নিশ্চয়তা

certainty

বি.

5.

উচিত সময় বা ঠাই

proper time or place

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠিক · অসমীয়া অভিধান