← ফুৰি যাওক

ঠাহ্

ṭhāh

অৰ্থ

1.

সক. ধা হেঁচি হেঁচি সুমা; খুন্দি ভৰা

to stuff; to ram down

2.

সৰু সৰুকৈ কুট্; কঁচ্; . কৱদ

to chip; to mince

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠাহ্ · অসমীয়া অভিধান