কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুধৰীয়াdudharīẏāAdjective
দুই দাঁতিত বা ফালে ধাৰ থকা
double-edged, as a weapon
- দুনলীয়াdunalīẏāAdjective
দুটা নলী থকা
double-barrelled
- দুনাdunāNoun
দুগুণ
double
- দুনাইAdverb
আকৌ; দ্বিতীয় বাৰ; পুনৰায়
again
- দুনিয়াduniẏāNoun
জগত; পৱথিবী; সংসাৰ
the world
- দুনিয়াইduniẏāiNoun
জগত; পৱথিবী; সংসাৰ
the world
- দুনিয়াদাৰীduniẏādārīNoun
সাংসাৰিক লোক, সাংসাৰিক জ্ঞান।
- দুনীয়াdunīẏāNoun
আনৰ ঘৰাত ধান দাই যি পেট প্ৰবৰ্তায়।
- দুনে-মূলেdune-mūleAdverb
মূলৰ দুগুণ কৰি; মূলৰ দুগুণ পৰিমাণে; যেনে-"সি ধাৰে দিয়া টকা দুনে-মূলে তুলিলে"
with profit
- দুন্দুভিdundubhiNoun
এবিধ ডাঙৰ নাগেৰা
a kettle drum
- দুন্দুৰdunduraAdjective
দুৰস্ত; দন্দুৰা; যেনে-"উঠিয়া মাৰিল লাঠি দুন্দুৰ ৰাবণ; (শ., উত্তৰাকাণ্ড)
fierce
- দুনৰীdu.no.riMaterial Noun
বাঁহ অথবা মাটিৰে নিৰ্মিত গোলাকাৰ ফোপোলা এবিধ পাত্ৰ, যিটো সাধাৰণতে বিয়াৰ মাঙ্গলিক কাৰ্যত ব্যৱহাৰ কৰা হয়৷
A special kind of hollow pot made of bamboo or clay, rounded in shape with an arched hanger and with designed holes in the upper half, especially used during marriage ceremony.
- দুপতীয়াdupatīẏāAdjective
দুটা পাত ধৰা
having only two leaves grown
- দুপিয়াই যাVerb-Intran.
এটা ভৰিৰে জপিয়া
to jump with one leg
- দুপিয়াdupiẏāIntransitive verb
দোপ দি; দোপ মাৰ্; ভৰিৰে হেঁচা মাৰ্
to press down with the feet
- দুপ্দুপনিNoun
দুপ্দুপ্ শব্দ কৰা কাৰ্য্য; বিণ. দুপ্দুপীয়া; দুপ্দুপ্ শব্দ কৰা; বৰ বেছিকৈ পৰা (বৰষুণ)
heavy
- দুপ্দুপাIntransitive verb
দুপ্দুপ্ শব্দ কৰ্
to make a heavy dull noise as with the feet in walking
- দুপ্দুপ্dupdupNoun
মাটিত গধূৰ বস্ত্ত ঘনে ঘনে পৰাত, বা খৰকৈ বা লৰি যাওঁতে ভৰিৰপৰা হোবাৰ নিচিনা শব্দ
an imitative word used to express the repeated thudding sound caused by the feet while running or by the repeated falling of heavy bodies on the ground
- দুপৰduparaNoun
দিন বা ৰাতিৰ আধা; মাজ দিন বা নিশা
midday; midnight
- দুপৰটেঙাdu.por.te.ngaCommon Noun
এবিধ ঔষধি গুণসম্পন্ন সপুষ্পক উদ্ভিদ, যাৰ পাতৰ পৰা নতুন গছৰ জন্ম হয়৷ ইয়াৰ পাতৰ ৰস মধুমেহ ৰোগীৰ কাৰণে বৰ উপকাৰী৷
The Bryophyllums are a section in the plant genus Kalanchoe of the Crassulaceae family. There are about twenty to thirty species in the group, native originally of South Africa, Madagascar, and Asia. The group is notable for vegetatively growing small plantlets on the fringes of the leaves; these eventually drop off and root.