← ফুৰি যাওক

দুপ্দুপা

অৰ্থ

1.

দুপ্দুপ্ শব্দ কৰ্

to make a heavy dull noise as with the feet in walking

অক. ধা.

2.

উদ্ধত হ; ডেও পাৰ্; দুষ্টালি কৰ্

to show rashness; to bluster

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দুপ্দুপা · অসমীয়া অভিধান