← ফুৰি যাওক

দুনীয়া

dunīẏā

অৰ্থ

1.

আনৰ ঘৰাত ধান দাই যি পেট প্ৰবৰ্তায়।

বি.

2.

এদোণ ধান আদি জোৰা কেৰাহি আদি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দুনীয়া · অসমীয়া অভিধান