দুপিয়া
dupiẏā
অৰ্থ
1.
দোপ দি; দোপ মাৰ্; ভৰিৰে হেঁচা মাৰ্
to press down with the feet
অক. ধা.
2.
সম্মতি বুজাবলৈ বা টোপনিৰ ভৰত তললৈ দোপ মাৰ্
to nod
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
dupiẏā
দোপ দি; দোপ মাৰ্; ভৰিৰে হেঁচা মাৰ্
to press down with the feet
অক. ধা.
সম্মতি বুজাবলৈ বা টোপনিৰ ভৰত তললৈ দোপ মাৰ্
to nod
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ