কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উবল্ubalIntransitive verb
ফাটি ওলমি যা; গেলি বা পচি এৰাই যা বা খণ্ড খণ্ড হ
to be torn to pieces; to slough off
- উবাubāIndeclinable
বিস্ময়-প্ৰকাশক মাত
to exclamation of surprise
- উবা-জুবাu.ba.ju.baAbstract Noun
আনৰ কামত লাগি বাধা জন্মোৱা কাৰ্য্য
an act, fact, or instance of taking part in the affairs of others
- উবা-ভুবা
কোনো কথাৰ সম্বাদ; কথাৰ আগ-গুৰি
particulars of any thing or subject
- উবাঁহubām̐haAdjective
উবাৰ।
- উবাজুবাu.ba.juwaAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- উবাতে ভুক্
কোনো গুপ্ত কথাৰ অলপ বুজ পাবেই তাৰ বিষয় কৈ ফুৰ্ বা হাই কৰ্
to talk or make noise about something about which very little is known
- উবাদিহNoun
কোনো কথা বা বস্ত্তৰ সম্ভেদ বা জ্ঞান
a clue to the understanding of something
- উবাহubāhaNoun
[সং. উচ্ছ্বাস > উশাহ] উশাহ; যেনে-"উবাহ নবহে দেখি ৰাম লক্ষ্মণৰ" (মা. ক. লঙ্কাকাণ্ড)।
- উবাৰu.barVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- উবাৰিu.ba.riAdverb
একেবাৰে চিন মোকাম নাইকিয়া কৰি ৷
Totally ruining or laying waste.
- উবাৰ্u.barVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- উবুৰিuburiAdjective
লুটি খোবা; ওপৰ বা মূখৰ ফালে তল হোবা; মুখ আৰু পেট তল কৰি পৰা বা শোবা
fallen or lying with the face downwards
- উবুৰি খাu.bu.ri khaVerb-Intran.
শুই থকা অৱস্থাত গাটো বগৰাই দিয়া। লুটিয়াই দিয়া।
to roll the body like a log on a plain surface.
- উবুৰি খা, উবুৰি হ
ওপৰ ফাল তল হৈ পৰ্; লুটি খা; তললৈ পেট কৰি পৰ্ বা শো
to fall upside down; to lie with the face downwards
- উবুৰি হu.bu.ri hoVerb-Intran.
তললৈ মুখ কৰি পেট পেলাই শো বা পৰ্
to lie with the face downwards
- উবুৰিয়াTransitive verb
ওপৰৰ ফাল বা মুখৰ ফাল তল কৰ্
to lay upside down or with the face downwards
- উবেৰীকৰণAbstract Noun
অব্যৱহৃত সম্পদক সঁতাৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ব্যৱহাৰ কৰা ব্যৱস্থা
the act of using unused resources through online technology, method
- উবৰubara
ওপৰ; যেনে-"উড়ল উবৰে চড়ি লবণু ভুঞ্জস্ত হৰি বানৰ সবক লৈয়া সাথে" (বৰগীত)।
- উভAdjective
থিয় হোবা; যিমান সেও বা হেলনীয়া হ'ব লাগে তেনে নহৈ বেছি থিয় হোবা (কোৰ, কুঠাৰ আদিৰ নালত)
set too steep or erect (the handle of a hoe, etc.)