উবা
ubā
অৰ্থ
1.
বিস্ময়-প্ৰকাশক মাত
to exclamation of surprise
অব্য.
2.
লুকাই থকা কথাৰ গম; গুপ্ত কথাৰ শুং বা অলপ সম্বাদ
an inkling of something secret; a clue
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ubā
বিস্ময়-প্ৰকাশক মাত
to exclamation of surprise
অব্য.
লুকাই থকা কথাৰ গম; গুপ্ত কথাৰ শুং বা অলপ সম্বাদ
an inkling of something secret; a clue
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ